আপোনাৰ চাকৰিত উন্নতি হোৱা নাই নেকি, তেন্তে কৰক এই কাম

 আটাত পৰুৱাক এইটো এটা বস্তু মিহলাই  খুৱাবা চাকৰিত উন্নতি হব

কলা পৰুৱা

ঘৰত প্ৰায়ে দেখা যায় পৰুৱা হঠাতে বাঢ়ে, কেতিয়াবা হঠাতে নোহোৱা হয়। পৰুৱা দুই প্ৰকাৰৰ ৰঙা আৰু কলা ৰঙাক দুৰ্ভগীয়া আৰু ক'লা বুলি ধৰা হয়। পৰুৱা আহে আমাৰ ভাল দিন বা সমস্যা শেষ কৰিবলৈ।

ঋণত ভোগা মানুহে পৰুৱাক চেনী আৰু ময়দা দিব লাগে। এনে কৰিলে ঋণ পৰিশোধ কৰে।

শাস্ত্ৰৰ মতে ক'লা পৰুৱাক অতি শুভ বুলি ধৰা হয়, কাৰণ ক'লা পৰুৱা বোৰত ভগৱান বিষ্ণু বাস কৰে। আপোনাৰ ঘৰত যদি কলা পৰুৱা ওলায় তেন্তে বিশ্বাস কৰক যে ভগৱান বিষ্ণুৱে আপোনাক কৃপা কৰিছে। পৰুৱা দেখাৰ লগে লগে আটা খুৱাওক। কথিত আছে যি জনে এই প্ৰতিকাৰ কৰে তেওঁ স্বৰ্গ প্ৰাপ্তি হয় আৰু এই জীৱন মৰণৰ চক্ৰৰ পৰা মুক্তি পায়।

টকা পইচাৰ সমস্যাত জৰ্জৰিত আৰু মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ হলে পৰুৱাক মিঠা ৰুটি বনাই খুৱাওক। আপোনাৰ সকলো বেয়া কাম এইটোৰ প্ৰতিকাৰ কৰিলেই সম্পূৰ্ণ হৈ যাব।

সপোনত পৰুৱা দেখিলে আটাত চেনী দি পৰুৱাক খোৱাই দিয়া ইয়ে আপোনাৰ পৰিয়াললৈ অহা সকলো বাধা নাইকিয়া কৰে। তুমি টকা পোৱা। ঘৰত বা ঘৰৰ মুধচত যদি ক'লা পৰুৱাৰ শাৰী দেখা পায়, জানিব আপোনাৰ ভাগ্য জিলিকিব। বহুত টকা হ'ব।

কলা পৰুৱাক চৱনত চেনি খুৱাব, ইয়াৰ প্ৰতিকাৰে ব্যক্তিৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে পৰিয়ালত সুখ শান্তি সম্প্ৰীতি বৃদ্ধি কৰে।

ঘৰত হঠাৎ ক'লা পৰুৱা দেখিলে শুকান নাৰিকলৰ গুড়িত চেনি খুৱালে ঋণাত্মক শক্তি নাশ হয়।

চাকৰিত স্থিৰতা আনিবলৈ বাদামৰ গুড়িত চেনি দি পৰুৱাক খুৱাব, লগে লগে চাকৰিটো উপযুক্ত হ'ব।

Comments

Popular posts from this blog

কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল জানো আহক

5 টকীয়া নোটত 45 হাজাৰ পাব পাৰে, জানি লওক বিক্ৰী কৰাৰ সহজ উপায়

ছোৱালীবিলাকৰ প্ৰতি মাহে কিয় পিৰিয়ড হয় ?