ম্যাদ উকলি যোৱা ঔষধ (Expired Medicine) খালে কি হব ?

স্বাস্থ্য: Expired মেডিচিন খালে কি হব ১মিনিট সময় উলিয়াই পঢ়ক

Expired medicine

বন্ধু সকল আজিৰ পোষ্টত আমি জানিম expired মেডিচিন খালে আমাৰ স্বাস্থ্যৰ অপকৰিতাৰ বিষয়ে ।  

 ম্যাদ উকলি যোৱাৰ পিছত ঔষধ খালে ঔষধৰ উপকাৰিতা বহুত কম হয় কিন্তু যি ঔষধৰ পাৰ্শ্বক্ৰিয়া বাঢ়ি যায় বন্ধু সকল, ম্যাদ শেষ হোৱাৰ পিছত বিষাক্ত হোৱা ঔষধো আছে ।

নিশ্চয় আপুনিও কেতিয়াবা ভাবিছে যে expired হৈ যোৱা মেডিচিন খালে কি হব আচলতে বিভিন্ন ধৰণৰ chemical ৰ পৰা medicine বনোৱা হয় যাৰ উপকাৰিতা আৰু কিছুমান অপকাৰিতা থাকে।কেমিকেল বোৰেও অলপ সময়ৰ পাছত কাম কৰা বন্ধ  কৰি দিয়ে । যত expired dateৰ পৰা মেডিচিনত লিখি দিয়া হয়। 

কিছুমান কোম্পানীয়ে সাধাৰণ ঘৰত ব্যৱহাৰ কৰা ঔষধ তৈয়াৰ কৰা ঔষধ expiry তাৰিখৰ আগতে তাৰিখটো লিখি দিয়ে । Expire হোৱাৰ পিছতো কোনোবাই খালে একো ক্ষতি নহয় । কিন্তু কিছুমান কোম্পানীয়ে এইটো কৰে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ ' ল যে ডাক্তৰৰ প্ৰেচক্ৰিপচন নোহোৱাকৈ কেতিয়াও ঔষধ খাব নালাগে ।

দৈনিক নতুন কিবা শিকিবলৈ আমাক অনুসৰণ কৰক ।

Comments

Popular posts from this blog

কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল জানো আহক

5 টকীয়া নোটত 45 হাজাৰ পাব পাৰে, জানি লওক বিক্ৰী কৰাৰ সহজ উপায়

ছোৱালীবিলাকৰ প্ৰতি মাহে কিয় পিৰিয়ড হয় ?