12th পাছ কৰি LLB কেনেকৈ কৰিব
LLB কেনেকৈ কৰিব:
১মিনিট সময় উলিয়াই পঢ়িব>>
আইন পঢ়িবলৈ হলে প্ৰথমে নিজৰ 12তম পাছ কৰিব লাগিব । জৰুৰী নহয় যে 12 ত এটা বিশেষ বিষয়ত হে পঢ়িব লাগিব , science, commerce বা art তিনিওটা বিষয়তে ললেও উকীল ৰ অধ্যয়ন কৰিব পাৰি ।
ভাৰতত এল এল বি(LLB) কৰ্ছত জইন কৰিবৰ বাবে CLAT (Common Law Admission Test) পৰীক্ষা পাছ কৰাটো জৰুৰী । তেতিয়াহে প্ৰাৰ্থীয়ে আইন মহাবিদ্যালয়ত নামভৰ্তি(admission) কৰিব পাৰিব । পৰীক্ষা হিচাপে সাধাৰণ পৰীক্ষা লয় যাৰ তলত এইবোৰ প্ৰশ্ন সোধা হয় ।
1. Elementary Mathematics (Numerical Ability)
2. Logical reasoning
3. English including Comprehension
4. Legal Aptitude
5. General knowledge and Current Affairs
CLAT পৰীক্ষাত বহিব বিচৰা পৰীক্ষাৰ্থী সকলৰ 12তম কমেও 45 % মাৰ্ক থাকিব লাগিব । লগতে প্ৰাৰ্থীৰ বয়স 20 বছৰৰ ওপৰত হব নালাগিব । ওপৰত উল্লেখ কৰা সকলো বিষয়ৰ বাবে ভালদৰে সাজু হওক কাৰণ এইবোৰৰ পৰা ভাল তথ্য নথকালৈকে । তেতিয়ালৈকে এই পৰীক্ষাত উত্তীৰ্ণ হ ' ব নোৱাৰিব,
গতিকে ভালদৰে ইয়াৰ বাবে সাজু হওক পাছ কৰিলে এডমিছন লব পাৰিব । ভাৰতত উকীল পঢ়িবলৈ National Low University (NLU) দ্বাৰা LLB Entrance Exam CLAT (Common Law Admission Test) ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় (NLU) ৰ উদ্যোগত ভাৰতত উকালত অধ্যয়ন কৰিবলৈ আয়োজন কৰা হয়, য ' ত কেৱল পাছ কৰা পৰীক্ষাৰ্থী হে আইন মহাবিদ্যালয়ত নামভৰ্তি কৰা হয় ।
12 তম পাছ কৰি উকালত কৰা পঢ়াশুনা সম্পূৰ্ণ 5 বছৰীয়া পাঠ্যক্ৰম হিচাপে কৰা হয় । এই সময়ত আপোনাক আইনৰ কেইবাটাও বিষয়ৰ শিক্ষা দিয়া হয় । যেতিয়া আপুনি 5 বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব, তাৰ পিছত আপোনাক internship কৰিব লাগিব । ডিগ্ৰীৰ কৰ্চৰ সময়ত চেমিনাৰ, টিউটৰিয়েল কাম কৰা Moot Courts(আদালতত জিৰাহ)
আৰু ব্যৱহাৰিক প্ৰশিক্ষণ(প্ৰেক্টিকেল) কাৰ্যক্ৰমত অংশ গ্ৰহণ কৰাটো প্ৰয়োজনীয় । তাৰ পাছত আপুনি এজন উকীলৰ ৰূপত হব পাৰিব ব্যৱহাৰিকভাৱে । যেতিয়া আপুনি সফলতাৰে কৰ্চ সম্পূৰ্ণ কৰি ডিগ্ৰী লাভ কৰে আৰু তেতিয়াই আপুনি এজন উকীল হিচাপে আপোনাৰ কৰ্মজীৱন আৰম্ভ কৰিব পাৰিব ।
এই পোষ্ট টু লিখোঁতে মোক বহুত সময় লাগিলে আপোনাক মাত্ৰ মাইক্ৰ চেকেণ্ড লাগিব কমেণ্ট কৰিবলৈ যি সকলে কমেণ্ট কৰিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ।
নেক্স টপিক আপুনি কিহৰ ওপৰত জানিব বিচাৰে কমেণ্ট কৰি জনাব
Comments
Post a Comment